নৰ্থ ইষ্ট মাষ্টাৰচ্ এথলেটিকচ্ ফিডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা খেল খনত ৮০০ মিটাৰ দৌৰত মঙ্গলদৈৰ উদমাৰী গাঁওৰ বিশিষ্ট দৌৰ ৰাণী দীপামনি ডেকাই স্বৰ্ণ পদক লাভ কৰে ৷ ভৱিষ্যতে দীপামনিয়ে এমেচাৰ মহিলা এথলেটিকচত খেলাৰ সপোন আছে ৷ এন.ই ফ’কাচ ডট কম তৰফৰ পৰা দীপামনিৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ৷
Trending
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন
- ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব