পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা গঠন

0 223

সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত  ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ  বাৰ্ষিক প্ৰতিনিধি সভা।সোমবাৰে  হাৰ্হি মহাবিদ্যালয়ত অনুষ্ঠিত হয়।  লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক টুলটুল ভঁৰালী , ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ  সম্পাদক স্বৰাজ শংকৰ গগৈ ,সভাপতি পল্লব বৰুৱা , আদিৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাত  আঞ্চলিকখনৰ সকলো বিষয় ববীয়া ,কৰ্মকর্তা উপস্থিত থাকে।  বিষয় বাচনি সভাত পিংকো গোস্বামীক সভাপতি , প্ৰাংগন জে অসমক সম্পাদক  হিচাপে লৈ এখন এখন ২৬ জনীয়া শক্তিশালী আঞ্চলিক সমিতি গঠন কৰে । 
বাতৰি যুগুতালে ঢকুৱাখনাৰপৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.