পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’ল ফিল্ম ফেয়াৰ এৱাৰ্ড

0 227

অৱশেষত অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান।সন্ধ্যা প্ৰায় ৭. ৩০ বজাৰ পৰা মূল অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, প্ৰমথেশ বৰুৱাক স্মৃতিচাৰণ কৰি অনুষ্ঠান অনুষ্ঠিত হয় ।
অনুষ্ঠানত প্ৰথমবাৰৰ বাবে  কলা সংস্কৃতিও প্ৰদৰ্শিত হয়।ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে হাইপ্ৰফাইল আমোলা, বিষয়া, শিল্পী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.