প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

0 259

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।আজি পুৱা ৭বজাৰ পৰা  ভোটগ্ৰহণ হৈছে।সৰ্বমুঠ ৯১টা লোকসভা সমষ্টিত প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।অসমৰ কলিয়াবৰ, তেজপুৰ, লক্ষিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভাৰ সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।ভোটদান প্ৰক্ৰিয়া ৫বজাত অন্ত পৰিব।৫ সমষ্টিৰ ৪১জন প্ৰাৰ্থীৰ ভাগ্য এই ভোটদান প্ৰক্ৰিয়াই ভাগ্য নিৰ্ণয় কৰিব ।

Leave A Reply

Your email address will not be published.