বন্যপ্ৰাণী পৰ্যটনৰ সম্পৰ্কত ৱেবিনাৰ আয়োজন

0 201

ভাৰত পৰ্যটনৰ উদ্যোগত এন ই ফ’কাচ ডট কমৰ সহযোগত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব হলৌ বান্দৰ সংৰক্ষণৰ সম্পৰ্কত এক ৱেবিনাৰ । কাইলৈ দিনৰ ২ বজাত গুগল মিট যোগে অনুষ্ঠিত হ’ব লগা এই ৱেবিনাৰ খনত অংশগ্ৰহণ কৰিব মুখ্য বন সংৰক্ষক ডক্টৰ অমৃত চাহায়,ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱবৰ্মন,কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নাৰায়ণ শৰ্মা আৰু গৱেষক ডক্টৰ দিলীপ ছেত্ৰীয়ে।ইচ্ছুক সকলে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি ৱেবিনাৰ খনত অংশগ্ৰহণ কৰিব পাৰিব বুলি আয়োজকে জানিবলৈ দিছে।
To join the meeting on Google Meet, click this link:
https://meet.google.com/gjs-ynxp-tuq
Or open Meet and enter this code: gjs-ynxp-tuq

Leave A Reply

Your email address will not be published.