বৃক্ষৰোপনৰ কাৰ্য্যসূচী ৰূপায়ন

0 210

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ কেগুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বি এন চি আৰ পি এফৰ মূখ্য কাৰ্য্যালয়ৰ উদ্যোগত আজি ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এক বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় ।এই বৃক্ষৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে মহেশ কুমাৰে ।বাহিনীৰ বিষয়া জোৱান সকলে সৰ্বমুঠ প্ৰায় ২৪০টা গছ পুলি ৰোপন কৰে।জানিব পৰা মতে আগন্তুক দিনটোও তেওঁলোকে ৰাণীৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি যাব ।

Leave A Reply

Your email address will not be published.