ব্যতিক্ৰমী ধৰণে চিত্ৰ আঁকি চৰ্চা লাভ কৰিছে কংকনে

0 233

ব্যতিক্ৰমী ধৰণে চিত্ৰ আঁকি চর্চা লাভ কৰিছে দৰঙৰ এজন যুৱকে। দৰঙৰ ছিপাঝাৰ কঙ্কনজ্যোতি শইকীয়া নামৰ যুৱক জনে চাউল আৰু তিলে বিভিন্নজন বৰণ্য ব্যক্তি চিত্ৰ আঁকিছে।
 
 
ইতিমধ্যে কাতি বিহুত চাউল আৰু তিলে কঙ্কনে অঁকা এখন চিত্ৰই চ’চিয়েল মেডিয়াত চর্চা লাভ কৰিছে। উল্লেখযোগ্য যে অলপতে হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ চাউল আৰু তিলে অংকন কৰা পিছত যুৱকজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। কঙ্কনৰ এই প্ৰতিভা এতিয়া সৰ্বত্ব চর্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.