ভাষাৰ সম্পৰ্কত অসম সাহিত্য সভাই কি ক’লে

0 271

এমাহৰ ভিতৰত সচিবালয়ত নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ হ’ব ।২০২১চনৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ৭০শতাংশ বৃদ্ধি হোৱাটো খাটাং।তেতিয়া চলে পাল্টাইৰ দৰে ভাষিক দ্বন্দ বিচৰা অপশক্তি আপোনা আপুনি ধূলিসাৎ হৈ যাব ।এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ।আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত ৰাজবংশীয়ে কয় যে ইতিমধ্যে ভাষা নীতি আৰু নিয়োগ নীতি সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাৰ সাক্ষাত কৰাৰ কথা জানিবলৈ দিয়ে ।সচিবালয়তো অসমীয়া ভাষা অচিৰেই প্ৰয়োগ হোৱাৰ কথা জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.