মুখ্যমন্ত্ৰীৰ নতুন সচিব নিযুক্তি

0 263

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন সচিব নিযুক্তি প্ৰদান কৰিছে। জ্যেষ্ঠ আইএএছ বিষয়া ঘনশ্যাম দাসক সচিব হিচাপে নিযুক্তি। দাস পূৰ্বতে আছিল কৃষি বিভাগৰ সচিব। ইফালে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত হৈ থকা অসম অসামৰিক সেৱাৰ বিষয়া সিমন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে এক নিৰ্দেশনাযোগে এই ঘোষণা কৰা হৈছে।

Leave A Reply

Your email address will not be published.