মহানগৰীৰ বৰঠাকুৰ ক্লিনিক হস্পিটেলৰ উদ্যোগত ১ জুন শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক চমু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। উক্ত শিবিৰত প্ৰায় ৩০গৰাকী সাংবাদিকে অভিজ্ঞ চিকিৎসক জুৰি দাসৰ পৰা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ লাভ কৰে। শিবিৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰে স্বাস্থ্য কৰ্মী লুচী ছংবৈয়ে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা