চলিত বৰ্ষত মেলবৰ্ণত অনুষ্ঠিত হ’ব লগা ১২ সংখ্যক ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছে অসমৰ অভিনেতা বেঞ্জামিন দৈমাৰী। দৈমাৰীয়ে জোনাকী পৰুৱা নামৰ ছবি খনৰ বাবে বেষ্ট এক্টৰ শিতানত মনোনীত হৈছে। তেওঁৰ লগতে মনোনীত হৈছে অভিনেতা হৰিশ খান্না। খান্নাই বেলকণিত ভগৱান নামৰ ছবিখনৰ বাবে মনোনীত হৈছে।উল্লেখযোগ্য যে বেঞ্জামিন দৈমাৰী হ’ল ভাৰতৰ প্ৰথমজন তৃতীয় লিংগ অভিনেতা ,যিজনে মেলবৰ্ণত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ মনোনীত হৈছে। উল্লেখযোগ্য যে এই ফিল্ম ফেষ্টিভেলখন ডিজিটেল মাধ্যমত ১৫ আগষ্ট পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব।
Trending
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন
- ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব