যমুনা বড়োক ভূমি দান কৰিলে স্থানীয় বিধায়কে

0 258

গুৱাহাটী সৰুসজাইত ষ্টেডিয়ামত অলপতে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত যমুনা বড়োৱে মহিলা ৫৪কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।যমুনাৰ সাফল্যত মুগ্ধ হৈ কালি গৃহভূমি ঢেকিয়াজুলিত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় বিধায়ক অশোক সিংঘালে।উল্লেখযোগ্য যে যমুনাৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰি বক্সাৰ গৰাকীক এক বিঘা মাটি প্ৰদান কৰে।ইতিপূৰ্বেও যমুনাই ৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.