লক ডাউনৰ মাজতে পেলনীয়া সামগ্ৰীক নকৈ প্ৰাণ দিলে

0 223

কৰ্মৰ জৰিয়তে সময় ধৰি ৰাখিব পাৰি। লক ডাউন সময়খিনি অবাবত ব্যয় নকৰি  সদ ব্যৱহাৰ কৰিলে মহানগৰী হেঙাৰবাৰীৰ এগৰাকী যুৱতীয়ে।
 
 
 
মহানগৰীৰ নিতা বৰ্মন নামৰ যুৱতী গৰাকীয়ে পেলনীয়া সামগ্ৰীয়ে বহু কেইপদ লাগতিয়াল সা সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে।
 
 
কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ সৃষ্টিশীল চিন্তাৰ উন্মেষেৰে নিতাই এনেদৰে বহুকেইপদ প্ৰস্তুত কৰি তুলিলে।উল্লেখযোগ্য যে নিতাই প্ৰস্তুত কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে কইনচ বেংক,ফ্লাৱাৰ পট ,পেন ষ্টেণ্ড অন্যতম।

Leave A Reply

Your email address will not be published.