লোকৰংগম অনুষ্ঠিত হ’ব

0 239

গুৱাহাটী বিশ্ববিদ্যালয়ত ১১মে’ত লোকৰংগম নামৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব ।কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰি সমন্বয়ক সুব্ৰত দত্তই যে অনুষ্ঠানৰ আৰম্ভণিতে বাক্কলহ নামৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ।অনুষ্ঠানৰ লগত সংগতি ৰাখি গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে পুতলা নাচ প্ৰদৰ্শন কৰিব ।আনহাতে সন্ধিয়া ভাগত অংকীয়া নাট প্ৰদৰ্শন হ’ব।অনুষ্ঠানত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য, পঞ্জীয়ক, বিধায়ক নোমল মমিন উপস্থিত থাকিব ।

Leave A Reply

Your email address will not be published.