সাহাৰ্য্য কেন্দ্ৰলৈ একলাখ টকাৰ অনুদান আগবঢ়ালে..

0 284

ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সাহাৰ্য্য কেন্দ্ৰলৈ পাছিঘাটৰ বিধায়ক নিনোং ইৰিঙে আৰ্থিক অনুদান আগবঢ়াইছে।
 
বিধায়কজনে আজি পাছিঘাটস্থিত সাহাৰ্য্য  কেন্দ্ৰত উপস্থিত হৈ ২৫ হাজাৰ ২বাণ্ডোল মাস্ক চিকিৎসক আৰু গাঁওবাসীক প্ৰদান কৰে ।
 
 
ইয়াৰ উপৰিও নিজৰ এমাহৰ দৰমহা নগদ একলাখ টকা অনুদান আগবঢ়ায়।স্মতৰ্ব্য এই বিশেষ অঞ্চলটো ক’ৰণা ভাইৰাছৰ বাবে অতি স্পৰ্শকাতৰ অঞ্চল।কিয়নো এই এলেকালৈ বৰ্হিৰাষ্ট্ৰৰ পৰা বহু ব্যক্তিৰ আহ যা হয়।

Leave A Reply

Your email address will not be published.