সুখবৰ-১৫ আগষ্টৰ পৰা বিশেষ ৰেল সেৱা আৰম্ভ হ`ব

0 163

উত্তৰ পূব সীমান্ত ৰেলৱেই অহা ১৫ আগষ্টৰ পিছত দৈনিক ভিত্তিত তিনিখন ইণ্টাৰচিটি আৰু বিশেষ ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰিব।আগৰতলা-বাংগালোৰ কেন্ট গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ সেৱা ২০২২ চনৰ ফেব্ৰুৱাৰী লৈকে আৰু ছেকেন্দ্ৰাবাদ আগৰতলা সাপ্তাহিক বিশেষ ৰে’লৰ চলাচলো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।বিশেষ ইণ্টাৰচিটি ৰে’ল কেইখন হ’ল কাটিহাৰ,শিলিগুৰি -জংচন -কাটিহাৰ ,শিলিগুৰি জংচন-আলিপুৰ দুৱাৰ জংচন-শিলিগুৰি জংচন,লামডিং জংচন-আলিপুৰ দুৱাৰ জংচন।

Leave A Reply

Your email address will not be published.