সুধাকণ্ঠলৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে..

0 235

আজি ৫ নৱেম্বৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস । ২০১১ চনৰ আজি দিনটোত তেখেত আমাৰ মাজৰ পৰা গুচি গৈছিল।
 
তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত জীয়াই আছে আৰু জীয়াই থাকিব। শব্দ আৰু সংগীতেৰে তেখেতে সাঁকো গঢ়িছিল ।এইগৰাকী মহান ব্যক্তিক সুঁৱৰি Nefocus.com ৰ ফালৰ পৰা জনালো একাজলি শ্ৰদ্ধাঞ্জলি।

Leave A Reply

Your email address will not be published.