সৌৰশক্তি চালিত বাহন উদ্ভাৱন কৰিছে দেৰগাঁৱৰ যুৱকে

0 224

দেৰগাঁৱৰ এজন যুৱকে চমক সৃষ্টি কৰিছে।যুৱকজনে অলপতে সাজি উলিয়াইছে সৌৰ শক্তি চালিত এখন চাৰিচকীয়া বাহন।জানিব পৰা মতে এই বাহন খনে ইতিমধ্যে ২০ কি মি অতিক্ৰম কৰিছে।এই সৌৰ শক্তি চালিত বাহনখনত সংযুক্ত কৰা হৈছে অত্যাধুনিক কাৰিকৰী কৌশল । দেৰগাঁৱৰ বালিবাটৰ যুৱক আফাজুল পেছাত এগৰাকী অাৰ্টৰ শিক্ষক।১ বছৰ জোৰা প্ৰচেষ্টাৰ অন্ততঃ নিজস্ব উদ্ভাৱনী শক্তিৰে আফাজুৰে এই বাহন খন নিৰ্মাণ কৰি উলিয়াইছে ।বাহনখনৰ ব্যৱসায়িক মূল্য ১লাখ ৫০টকা।উল্লেখযোগ্য যে ইতিপূৰ্বেও আফাজুলে ৰবট নিৰ্মাণ কৰি সংবাদৰ শিৰোনাম দখল কৰিছিল ।

Leave A Reply

Your email address will not be published.