৩০বছৰ ধৰি হোমিঅ’পেথিক চিকিৎসাৰে আৰোগ্য কৰিছে বহু ৰোগীক

0 345

সমাজত আজিও এনে কিছুসংখ্যক ব্যক্তি আছে, যিয়ে জনসাধাৰণৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। তেনে এগৰাকী ব্যক্তি হ’ল হোমিঅ পেথিক চিকিৎসক ডাক্টৰ এছ এ আহমেদ।তেখেত সুদীৰ্ঘ ৩০ বছৰ ধৰি নিৰৱিছিন্ন ভাৱে জনসাধাৰণক চিকিৎসা সেৱা আগবঢ়াই আহিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে হোমিঅ’পেথিক চিকিৎসাৰে বহু কেন্সাৰ ৰোগীক সুস্থ কৰি তুলিছে।
 
 
শেহতীয়াকৈ এছ এ ৰিছাৰ্চ  ডায়গ’নেষ্টিক এণ্ড কি’উৰ চেণ্টাৰ প্ৰতিষ্ঠা বহু ৰোগীক সকাহ যোগাইছে।উল্লেখযোগ্য যে এই সকলো ধৰণৰ কথাৰ আঁতৰৰ ব্যক্তিগৰাকী হৈছে তেখেতৰ পত্নী জুলেখা পাৰবিন। এগৰাকী সুপত্নী হিচাপে সকলো কামতে সকলো সময়তে তেখেতক সহযোগ কৰি আহিছে।এষাৰ কথা আছে। প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা আছে।এই কথাৰ উৎকৃষ্ট নিৰ্দশন দেখুৱাইছে জুলেখা পাৰবিনে।

Leave A Reply

Your email address will not be published.