ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

0 316

নৱবৰ্ষ উপলক্ষে অসমৰ ৰাজ্যপাল গৰাকীক সৌজন্যমুলক সাক্ষাৎ কৰে প্ৰেছ ক্লাব আছামে। প্ৰেছ ক্লাব আছামৰ সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা ৫জনীয়া সজাতি দলটোৱে ফুলাম গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যপাল গৰাকীক এখন স্মাৰকপত্ৰ যোগে প্ৰেছ ক্লাব আছামৰ বাবে এডোখৰ স্থায়ী ভুমি আৱন্তন দিয়াৰ লগতে ক্ষুদ্ৰ বাতৰি কাকত আৰু ডিজিটেল মাধ্যমৰ বিজ্ঞাপন দিয়াৰ লগতে সাংবাদিক সকলকো সম মৰ্যাদা প্ৰদান কৰিবলৈ অৱগত কৰে । ৰাজ্যপাল জাতি দলটোৰ বক্তব্যসমুহ পৰ্যায়ক্ৰমে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। সজাতি দলটোত ৰাজকুমাৰ দাস, সংগীতা শইকীয়া আৰু অমৰ কাশ্যপো উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.