ৰানা দাৰ স্মৃতিত চিনেমা নিৰ্মাণ কৰিছে সুৰ বাহিনীয়ে

0 236

অসমীয়া সংগীত জগতৰ এটা অধ্যায়ৰ ৰঁচা কৰা শিল্পী জয়ন্ত হাজৰিকাৰ জীৱনৰ আধাৰত এখন চুটি ছবি নিৰ্মাণ হৈছে। এই ছবিখন পৰিচালনা কৰিছে প্ৰাঞ্জল গয়াৰীয়ে। জানিব পৰা মতে ১৬ জুলাইত এই ছবিখনে মুক্তি লাভ কৰিব। এই সম্পৰ্কে পৰিচালক গয়াৰীয়ে কয় যে এই ছবিখনৰ জৰিয়তে ১৯৭৭ চনৰ প্ৰলয়ংকাৰী বানপানীৰ সময়ত প্ৰয়াত শিল্পীগৰাকীৰ ভূমিকা সম্পৰ্কে উপস্থাপন কৰা হৈছে। লগতে কয় যে ৭০ দশকৰ এখন ছবি তুলি ধৰাটো কষ্টকৰ কাম । যথেষ্ট গৱেষণাৰ প্ৰয়োজন । ২০ মিনিট দৈৰ্ঘ্যৰ ছবিখনত জয়ন্ত হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কমল লোচনে।

Leave A Reply

Your email address will not be published.