ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আঁত ধৰি..

0 324

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।প্ৰতিবছৰে এই দিৱস উলহ মালহে পালন কৰা হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ স্বাধীনতা,সুৰক্ষা অধিকাৰ ইত্যাদি বিষয় সমূহে এই দিৱসত স্থান লাভ কৰে।
 
বিশ্বৰ অন্য দেশৰ লগতে ভাৰতৰ সাংবাদিক সকল সুৰক্ষিত নহয়।প্ৰতিদিনেই সাংবাদিক নিগ্ৰহ,স্বাধীনতা, অধিকাৰৰ খবৰে সংবাদ শীৰ্ষ দখল কৰা বাতৰি পোৱা যায়।অসমতো বিভিন্ন স্থানত এই দিৱস উদযাপন কৰা বাতৰি পোৱা গৈছে।এই দিৱস উপলক্ষে মুখ্যমন্ত্ৰীয়ে সমূহ সংবাদকৰ্মীক শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.