ৰীমা দাসে হিমা দাসকলৈ চিনেমা নিৰ্মাণ কৰিব

0 338

দৌৰবিদ হিমা দাসৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণৰ পোষকতা কৰিছে চলচিত্ৰ পৰিচালিকা ৰীমা দাসে। ভিলেজ ৰক ষ্টাৰ ছবিৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰীমা দাসে সাংবাদিক সৈতে মতবিনিময় অনুষ্ঠানত এই মন্তব্য  কৰে। লগতে তেওঁ কয় যে হিমা দাসৰ জীৱন লগত কৰবাত তেওঁৰ জীৱনৰো বহু মিল আছে। গাৱৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল।হিমা দাসৰ জীৱনৰ ইতিবাচক কিছু সময় চিনেমাখনত প্ৰতিফলিত কৰিব।

Leave A Reply

Your email address will not be published.