ৰীমা দাসৰ অন্য এক সাফল্য

0 246

চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে ৰীমা দাসে ।ৰীমা দাসৰ বুলবুল কেন ছিং ছবি আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত পুৰস্কৃত হৈছে।ছবিখনত অভিনয় কৰা অভিনেতা মনোৰঞ্জন দাসক পাৰদৰ্শিতা বঁটা লাভ আগবঢ়াইছে।আনহাতে ২০১৮ বৰ্ষৰ প্ৰভাৱশালী ৫০ গৰাকী যুৱ ভাৰতীয় তালিকাত ৰীমা দাসৰ নাম সন্নিৱিষ্ট হোৱা খবৰে অনুৰাগীসকলক আনন্দিত কৰি তুলিছে ।

Leave A Reply

Your email address will not be published.