সুখবৰ
admin

পৰামৰ্শমূলক সভা অনুষ্ঠিত

মহিলা আৰু শিশু সকলৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ অৰ্থে কালি শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃ্বৰ্গৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্য্যায়ৰ এক পৰামৰ্শ সভা অনুষ্ঠিত হয়