সুখবৰ
admin

ক্ৰীড়াৰ ক্ষেত্ৰত এগৰাকী অসম সন্তানৰ সাফল্য

ক্ৰীড়াৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী অসম সন্তানে।কোকৰাঝাৰৰ ঘিলাগুৰি তুনলাই নাৰ্জাৰী নামৰ যুৱতী গৰাকীয়ে শ্বটপুটত এই সফলতা লাভ কৰিলে।কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়া

সুখবৰ
admin

জুতিকা দাসৰ সাফল্য

দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বোৱাৰীয়ে মডেলিঙেৰে জগত জীনাৰ সপোন ৰচিছে। মিৰ্জা সমীপৱৰ্তী সৰপাৰাৰ নিবাসী সুভাষ দাসৰ পত্নী জুতিকা দাসে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত