সুখবৰ
admin

এগৰাকী কণমানিৰ মহানুভৱতা-মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বৰঙণি

শোণিতপুৰ বালিপৰাৰ এগৰাকী ছবছৰীয়া কণমাণিয়ে  মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ পূজাৰ সময়ত নিজৰ পুতলা কিনাৰ বাবে সাঁচি ৰখা সমুদায় ধনৰাশি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দি গৌৰৱান্বিত কৰি তুলিছে

সুখবৰ
admin

অগৰু খেতিয়কলৈ সুখবৰ

অসমৰ অগৰু খেতিয়কৰ বাবে সুখবৰ ।অগৰু খেতিয়কে উচিত মূল্য পাব।ছিংগাপুৰৰ পৰা ক্ৰেতা আহি অসমৰ খেতিয়কৰ পৰা অগৰু ক্ৰয় কৰিব।এই মন্তব্য আছিয়ান ইণ্ডিয়া বিজনেজ কাউন্সিলৰ হাবিব