সুখবৰ
admin

স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

স্বাস্থ্য পৰম ধন, স্বাস্থ্য ভালে নাথাকিলে ভাল নাথাকে মন । সেয়ে মহানগৰীৰ গড়ল ভট্টপাৰাস্থিত মা মনসা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত  হয় এক বিনামুলীয়া স্বাস্থ্য শিবিৰ ।