সুখবৰ
admin

আৰক্ষীৰ নৱনিৰ্মিত ভৱন উদ্বোধন

স্মাৰ্ট থানা, স্মাৰ্ট পুলিচ আৰু গুণগত সেৱা প্ৰদানেৰে অসম আৰক্ষীয়ে জনসাধাৰণৰ সন্মুখত সুকীয়া প্ৰতিচ্ছবি দাঙি ধৰিব লাগিব ।আৰক্ষী থানা সমূহক আস্থা আৰু বিশ্বাসৰ স্থান হিচাপে