সুখবৰ
admin

বন্ধ ঘোষণা কৰিছে চেম্বাৰ্ছ অৱ কৰ্মাচে

অসম চেম্বাৰ্ছ অৱ কৰ্মাচে ২৩মাৰ্চত ব্যৱসায়িক প্ৰতিষ্ঠান পুৱা ৬বজাৰ পৰা ৯বজালৈ বন্ধ ঘোষণা কৰিছে ।বজাৰ, খাদ্য সামগ্ৰী,শ্বপিং মল ,ৰেষ্টোৰা প্ৰতিষ্ঠান বন্ধ ৰখিবলৈ আহ্বান জনাইছে  চেম্বাৰ্ছ

সুখবৰ
admin

অ’লা, উৱেৰে গ্ৰহণ কৰিছে সৰ্তকামূলক ব্যৱস্থা

সম্প্ৰতি ক’ৰণাকলৈ ৰাজ্যবাসী  শংকিত হৈ পৰিছে ।এই মহামাৰীৰ পৰা বাছি থাকিবলৈ ৰাজ্যবাসীয়ে সৰ্তকতা অৱলম্বন কৰিছে।         এই ক্ষেত্ৰত সৰ্তকতা অৱলম্বন কৰিছে অ’লা,