সুখবৰ
admin

মে’ মাহৰ শেষৰ ফালে ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব নামৰূপৰ পাৱাৰ প্লেণ্ট-মুখ্যমন্ত্ৰী

ৰাজ্যৰ শক্তিখণ্ডক শক্তিশালীকৰণৰ ক্ষেত্ৰত আহিছে এক আশাব্যঞ্জক খবৰ । চলিত বৰ্ষৰ মে’ মাহৰ শেষৰ ফালে জনসাধাৰণৰ হকে উৎসৰ্গিত কৰা হ’ব ১০০মেগাৱাট শক্তিসম্পন্ন নামৰূপৰ ৰিপ্লেচমেণ্ট থাৰ্মেল

সুখবৰ
admin

মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা মাস্কৰ এখন বিপনী আজি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন

সুখবৰ
admin

জল সম্পদ মন্ত্ৰীৰ উপস্থিতিত পশ্চিম গুৱাহাটীত পথ নিৰ্মাণৰ কাম আৰম্ভ

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি লকডাউন চলি থাকিলেও আগন্তুক বাৰিষাৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ নৈ উপনৈ সমূহে যাতে পুনৰ খহনীয়াৰ সৃষ্টি কৰিব নোৱাৰে তাৰ

সুখবৰ
admin

কৃষকলৈ আশাৰ বতৰা আনিছে গেৰুৱাস্থিত ধান গৱেষণা কেন্দ্ৰই

লক  ডাউনৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকলৈ সুখবৰ । কৃষক সকলৰ ক্ষয় ক্ষতিৰ জোৰা মাৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে হাজোৰ গেৰুৱাস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ।

সম সাময়িক
admin

অসমীয়া নাৰীৰ অদম্য সাহসৰ প্ৰতীক মূলা গাভৰুৰ কথাৰে..

অসমত আহোম ৰাজত্বকালৰ পৰা বৰ্তমানলৈকে যি কেইগৰাকী নাৰীয়ে নিজৰ দেশ তথা জাতিৰ স্বাধীনতা ৰক্ষাৰ বাবে বিদেশী শাসনকৰ্তা তথা আক্ৰমণকাৰীৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ সমুখ সমৰত

সুখবৰ
admin

৫০ লাখ মাস্ক প্ৰস্তুত কৰিছে খাদী বিভাগে

বিশ্বত্ৰাস মহামাৰী ক’ৰ’ণা ভাইৰাছৰ কাৰণে এতিয়া সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে দ্বিতীয় পৰ্যায়ৰ ল’কডাউন। এই বিপদাপন্ন মহামাৰী ক’ৰণা ভাইৰাছক সমুলঞ্চে পৰাজিত কৰিবলৈ এতিয়া এই

সুখবৰ
admin

৫০০০ ফেচ মাস্ক প্ৰদান কৰিলে এপ’ল’ৰ কৰ্তৃপক্ষই

ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা কৰ্তৃপক্ষলৈ গুৱাহাটীৰ এপ’ল’ হস্পিতালে আগবঢ়াইছে সহায়ৰ হাত। কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতাৰ অংশ হিচাপে হস্পিতাল কৰ্তৃপক্ষই আগবঢ়াইছে ৮লাখ টকা আৰু

সুখবৰ
admin

বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰি চিকিৎসালয়ত ফেন যোগান ধৰিলে

ব্যক্তিৰ চিন্তা যেতিয়া ইতিবাচক হয়, ব্যক্তিৰ চিন্তাই যেতিয়া সমাজক গতি দিয়াৰ চিন্তা কৰে তেতিয়া সমাজত জড়তা আৰু স্থবিৰতা কেতিয়াও আহিব নোৱাৰে, সমাজৰ উন্নয়ন হ’বই৷