সুখবৰ
admin

ঢেকীয়াখোৱা নামঘৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ক’ৰণা ভাইৰাছৰ সমান্তৰালভাৱে ৰাজ্যত বানপানীৰ তাণ্ডৱ অব্যাহত আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰিছে নৈপৰীয়া ৰাইজক। টীয়কৰ ৰজাবাৰীতো বানপানীত আক্ৰান্ত লোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি

উদ্যমী
admin

স্থানীয়ভাৱে উৎপাদিত বাঁহেৰে সামগ্ৰী প্ৰস্তুত কৰি সমাদৰ লাভ মণিপুৰৰ যুৱকৰ

কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিশীল কৰ্মৰ জৰিয়তে দেশজুৰি সমাদৰ লাভ কৰিছে মণিপুৰৰ এজন যুৱকে। মণিপুৰৰ জি গিয়াপাও নামৰ যুৱকজনে স্থানীয়ভাৱে উৎপাদিত বাঁহৰ জৰিয়তে বিভিন্নধৰণৰ সা সামগ্ৰী

সুখবৰ
admin

৮বছৰে পুত্ৰৰ জন্মদিনত গছপুলি বিতৰণ কৰি আহিছে এগৰাকী সংবাদ কৰ্মীয়ে

চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এগৰাকী সংবাদকৰ্মীৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মথুৰাপুৰৰ সাংবাদিক প্ৰণৱ বৰগোহাঁইৰ পুত্ৰ প্ৰদ্যুৎ বৰগোহাঁইৰ জন্ম দিনত প্ৰতিবছৰে গছপুলি

সুখবৰ
admin

স্থানীয়ভাৱে পোৱা যন্ত্ৰাংশই ট্ৰেক্টৰ নিৰ্মাণ কৰিছে কনক গগৈয়ে

প্ৰধানমন্ত্ৰী মোডীয়ে লোকেল ভ’কেলক গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ সময়তে এজন উদ্ভাৱকে স্থানীয়ভাৱে এখন ট্ৰেক্টৰ উদ্ভাৱন কৰিছে। গুৱাহাটীৰ ব্যৱসায়ী কনক গগৈয়ে সহজতে পোৱা যন্ত্ৰাংশৰে ট্ৰেক্টৰ নিৰ্মাণ

সুখবৰ
admin

বন্যাৰ্তৰ মাজত প্ৰবাসী অসমীয়া ছাত্ৰ- বানত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য সামগ্ৰী বিতৰণ

ক’ৰণা মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ সমান্তৰালকৈ ৰাজ্যত সৃষ্টি হোৱা বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ জনতা। তেনে সময়তে বনাক্ৰান্ত ৰাইজৰ মাজত আজি উপস্থিত হয় প্ৰবাসী

সুখবৰ
admin

ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’ব বৃহৎ সুৰংগ

বিশ্বৰ আগশাৰীৰ দেশ চীনতকৈও দীঘল আৰু গভীৰ চাৰিলেনযুক্ত সুৰংগ অতিশীঘ্ৰেই নিৰ্মাণ কৰা হ’ব ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত। এই সুৰংগটোৰ দৈৰ্ঘ হ’ব সৰ্বমুঠ ১৪.৮৫কিলোমিটাৰ। এই সন্দৰ্ভত প্ৰস্তাৱিত