সুখবৰ
admin

১৯ অক্টোবৰৰ পৰা উচ্চ ন্যায়ালয়ৰ কাম কাজ চলিব

১৯ অক্টোবৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম কাজ নিয়মিতভাৱে চলিব।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ৰাজ্যৰ সকলো জিলা ন্যায়ালয়তো পৰীক্ষা মূলক ভাৱে পৰ্যায়ক্ৰমে কাম কাজ আৰম্ভ হ’ব।

সুখবৰ
admin

আৰক্ষী সঞ্চালক প্ৰধানে সন্মান জনালে দুই ক্ৰীড়াবিদক

বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ডব্লিউএইচচি পল্লৱী দাস আৰু ডব্লিউপিচি টুনলাই নাৰ্জাৰীক ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে  বিশেষ সন্মান প্ৰদান কৰে। ডব্লিউএচচি পল্লৱী