সুখবৰ
admin

মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মাজুলীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ এটা আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে।এই ৱেবচাইটতো হ’ল www.muoc.ac.in.এই ৱেবচাইটৰ জৰিয়তে দেশ বিদেশৰ ছাত্ৰ ছাত্ৰী,অভিভাৱকৰ লগতে

সুখবৰ
admin

ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰক লগত লৈ ৰাজ্যখনক সৰ্বকালৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি কাৰ্বিআলং জিলাৰ বোকাজানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এটা ৩৩/১১ কে ভি উপকেন্দ্ৰ মুকলি কৰা লগতে এটা আধুনিক প্ৰেক্ষাগৃহ তথা এখন

সুখবৰ
admin

কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে গৌতম দাস আৰু ৰফিকুল ইছলামৰ কাৰ্যভাৰ গ্ৰহণ

অসম চৰকাৰৰ পৰিবহণ বিভাগে কিছুদিন পূৰ্বে দিয়া এক নিৰ্দেশৰ ভিত্তিত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে আজি গৌতম দাস ( পঞ্জীয়ন আৰু অনুজ্ঞা

সুখবৰ
admin

ভাড়াঘৰৰ নতুন আইনত কি কি নিৰ্দেশনা আছে

অতি শীঘ্ৰেই ভাড়াঘৰৰ মালিক আৰু ভাড়াতীয়াৰ বাবে নতুন আইন বলবৎ কৰা হ’ব। আইনখনৰ অনুসৰি চুক্তিপত্ৰত থকা তাৰিখ অন্ত নপৰিলে উলিয়াই দিব নোৱাৰিব ভাড়াতীয়াক ভাড়াঘৰৰ মালিকে।

সুখবৰ
admin

৬০দশকতে ষ্টীট লাইটৰ পোহৰে উজলিছিল এখন গাঁও,কিন্তু ক’ৰ এই গাঁওখন

৬০ দশকতে অসমৰ এখন গাঁও ষ্টীট লাইটৰ পোহৰে জিলিকি উঠিছিল।শুনিলে আচৰিত যেন লগা এই কথাষাৰ সম্ভৱ কৰি তুলিছিল নগাঁও কলিয়াবৰৰ এজন ব্যক্তিয়ে। ব্যক্তিজনৰ নাম চন্দ্ৰ

সুখবৰ
admin

ধেমাজি মহাবিদ্যালয়ত বিনামূলীয়া ছাত্ৰাবাস মুকলি

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত সন্মিলিত যুৱ বিকাশ অসমে কালি এটি বিনামূলীয়া ছাত্ৰাবাসৰ মুকলি কৰে। ধেমাজি জিলাৰ বিভিন্ন স্থানৰ পৰা আহি অধ্যয়ন কৰা আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ