কৃতজ্ঞতা দিৱস উদযাপন

ৱেব পৰ্টেল ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টে বুধবাৰে দ্বিতীয় বৰ্ষ অতিক্ৰমী তৃতীয় বছৰত ভৰি দিলে। এই উপলক্ষে গুৱাহাটীত আৰু ডিব্ৰুগড়ত সতীৰ্থসকলে লক ডাউনৰ নীতি নিয়মৰ মাজেৰে আয়োজন কৰে “কৃতজ্ঞতা দিৱস” । ৰাজ্যৰ কেবাটাও অঞ্চলত মিঠাইও বিতৰণ কৰে সতীৰ্থই। লক ডাউনৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি গুৱাহাটীৰ হাটীগাঁৱস্থিত ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টৰ কাৰ্যালয়ত অনুষ্টুপী য়াকৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী কৃতজ্ঞতা […]

কাকতি ফৰিঙে কৃষি ভূমিত সন্ত্ৰাস চলাইছে

ক’ৰণাৰ সন্ত্ৰাসৰ মাজতে সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাস চলাইছে কাকতি ফৰিঙে। খেতি পথাৰকে আদি কৰি ৰাজপথৰ আকাশত এইজাক ফৰিঙে উৰি  ফুৰিছে । যাৰ ফলস্বৰূপে ৰাষ্ট্ৰসংঘেও  ভাৰত আৰু দক্ষিণ এচিয়াৰ বহুকেইখন দেশক সাৱধান বাণী শুনাইছে।   ফৰিঙবোৰ এনেদৰে বতাহত উৰিছে যেন নদীত মাছৰ উজানহে উঠিছে। উল্লেখ্য যে এই কাকতি ফৰিঙবিধে ভাৰতৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত সন্ত্ৰাস চলাই দিল্লী […]

১২০ বৰ্ষত ভৰি দিলে কটন কলেজে

প্ৰাণোচ্ছল কটন। কটন বুলি কলেই যেন প্ৰাণ পাই উঠে অলেখ স্মৃতি। ১৯০১চনৰ ২৭মে’ত দিনাই অসমী আইৰ বুকুত প্ৰতিষ্ঠিত হৈছিল উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সকলোৰে হেঁপাহৰ কটন। কটনৰ আন এটা নাম দেৱদাৰু নগৰী। এই প্ৰাণোচ্ছল, যৌৱনোদ্দীপ্ত তথা একতাৰ এক অন্য চিনাকি দেৱদাৰু নগৰী ঐতিহাসিক মহিমাৰে মহিমামণ্ডিত কটনে আজি ভৰি থ’লে ১২০ টা বসন্তত। সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলৰে গৌৰৱ […]

উত্তৰ গুৱাহাটীৰ এটা জলপ্ৰপাতে সকলোকে আকৰ্ষিত কৰিছে

গ্ৰীষ্মকালত জলপ্ৰপাত চাবলৈ আপুনি শ্বিলং, চেৰাপুঞ্জীলৈ যায় নেকি ? পিছে এতিয়া আপুনি জলপ্ৰপাত চাবলৈ সুদূৰ মেঘালয়লৈ যাব নালাগে।   লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ এটা জলপ্ৰপাতে সকলোকে আকৰ্ষিত কৰিছে। উত্তৰ গুৱাহাটীৰ বৰ বাকাত হঠাৎ আবিৰ্ভাৱ হোৱা এটা বৃহৎ জলপ্ৰপাতে সমগ্ৰ উত্তৰ গুৱাহাটীবাসীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে ।     বিশেষকৈ যুৱচামৰ মাজত আনন্দৰ জোৱাৰ তুলিছে এই […]

গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে এজন যুৱকে

সমগ্ৰ দেশজুৰি চলি থকা ক’ৰণা মহামাৰীৰ সময়তে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ কাৰণে প্ৰয়াস কৰি এজন যুৱকে। লকডাউনৰ এই সময়ছোৱাত ধেমাজি জিলাৰ অন্তৰ্গত মাছখোৱাৰ যোৰকটাত যুৱকজনৰ উদ্যোগত গঢ় লৈ উঠিছে এল ই ডি বাল্ব প্ৰস্তুত কৰা উদ্যোগ ৷       বহুজাতিক কোম্পানী সমূহৰ দৰেই সম্পূৰ্ণ ১৮মাহৰ বাবে গেৰান্টি যুক্ত এল ই ডি বাল্ব প্ৰস্তুত […]

পৰিষদীয় বৈঠকত হোৱা সিদ্ধান্তৰ সম্পৰ্কে মন্ত্ৰী পাটোৱাৰীয়ে কি ক’লে

ক’ৰণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে সামাজিক সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে ৰাজ্যৰ সকলো কোৱাৰেণ্টাইন চেণ্টাৰৰ নীতি নিয়ম সমূহ কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হোৱা এখন মন্ত্ৰী পৰিষদৰ বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।         আনহাতে বহিঃৰাজ্যৰ পৰা যিসকল লোক […]

জালুকবাৰীৰ আয়ুৰ্বেদিক চিকিৎসালয়ক যুদ্ধ কালীন ক্ষিপ্ৰতাৰে ক’ভিড হস্পিতাললৈ ৰূপান্তৰিত কৰিছে

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যাই ছয়শৰ ঘৰ অতিক্ৰম কৰাৰ মুহুৰ্তত ৰাজ্যজুৰি স্বাস্থ্য বিভাগে ক’ভিড আক্ৰান্ত লোকৰ বাবে চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। শেহতীয়াভাৱে অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতালত ক’ভিড হস্পিতাললৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।     আনকি বিগত তিনি চাৰিদিন ধৰি ৰাজ্য চৰকাৰৰ গড়কাপ্তানী(গৃহ) বিভাগে চিকিৎসালয় খনৰ […]

ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ অধীনত পাৱাৰ টিলা,সাহাৰ্য্য সামগ্ৰী বিতৰণ

তিতাবৰৰ ধলী অঞ্চলৰ ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ অধীনৰ ৭টা সমষ্টিৰ সমূহ কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণৰ লগতে আৰ্থিক সাহাৰ্য্য বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী আৰু কাৰ্যবাহী সদস্য বিপুল কছাৰী। অনুষ্ঠানৰ মাজতে পৰিষদত নতুনকৈ ৭গৰাকীকৈ কৰ্মচাৰীক নিযুক্তি দিয়া হয়।     যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে ১০০গৰাকীক ৫০শতাংশৰ ৰেহাই […]

কটন বিশ্ববিদ্যালয়ৰ আৱাস সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব

সমগ্ৰ বিশ্বই এতিয়া  ক’ৰণা মহামাৰীৰ বিৰূদ্ধে যুঁজি আছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশে এক জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঠিক তেনেদৰে ৰাজ্য চৰকাৰে প্ৰতিৰোধৰ বাবে দিন ৰাত একাকাৰ কৰি ৰাজ্যবাসীৰ কাৰণে কাম কৰি গৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ক’ৰণাক প্ৰতিহত কৰাৰ বাবে অহৰহ কাম কৰি গৈছে ।     কিয়নো বহিঃৰাজ্যৰ পৰা অহা প্ৰতি […]

শব্দশিল্প কাঁচিয়লি শুভ উন্মোচন

বৰ্তমান সময়ত সকলো মানুহেই নিৰলসভাৱে ব্যস্ত থাকে সামাজিক মাধ্যম অৰ্থাৎ চ’চিয়েল মিডিয়াত। একাংশই আকৌ ঘণ্টাৰ পিছত ঘণ্টা ধৰি চ’চিয়েল মিডিয়াতেই সময়খিনি কটায়।   আগতে যেতিয়া মানুহৰ হাতত এতিয়াৰ দৰে এণ্ড্ৰয়ড ফোনৰ ব্যৱহাৰ কৰা নাছিল তেতিয়া সকলোৱে দৈনন্দিন এখনকৈ হ’লেও কিতাপ পঢ়িছিল। কিন্তু  সাম্প্ৰতিক সময়ত সাধাৰণ মানুহ খিনিক কবিতা তথা সাহিত্যৰ নতুন নতুন সৃষ্টিৰাজিৰ প্ৰতি আগ্ৰহী […]