সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক তদন্ত কৰিব চি বি আইয়ে

দিনে দিনে মোৰ সলাইছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যই।যোৱা ১৪ জুনত ৰহস্য জনক ভাৱে মৃত্যু মুখত পৰিছিল জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত।সুশান্তৰ মৃত্যুৱে বলিউডত তোলপাৰ লাগিছিল।ইয়াৰ পিছতেই আৰম্ভ হৈছিল অনুৰাগীসকলৰ ভাৰ্চুৱেলি প্ৰতিবাদ।       প্ৰথম অৱস্থাত এই ঘটনাক আত্মহত্যা বুলি মুম্বাইৰ আৰক্ষীয়ে জাহিৰ কৰিবৰ চেষ্টা কৰিছিল যদিও সুশান্ত সিং ৰাজপুতৰ অনুৰাগী, পৰিয়াল আৰু বিহাৰ […]

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

ভাৰতৰ ইতিহাসত আজি দিনটো বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ’ব। কিয়নো অযোধ্যাৰ বিবাদমান ৰাম মন্দিৰে এক গতি লাভ কৰিব।   ধৰ্মীয় ৰীতি নীতিৰে ইতিমধ্যে ভূমি পূজনৰ কাম কাজ আৰম্ভ হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধান মন্ত্ৰীয়ে ভূমিপূজনত অংশগ্ৰহণ কৰিছে। পৰম্পৰাগত ধুতি,কূৰ্টা পৰিধান কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে হেলিকপ্তাৰ যোগে অযোধ্যাত উপস্থিত হৈছে। তেওঁৰ লগত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে উত্তৰ […]

গোপীনাথ বৰদলৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আজি লোকপ্রিয় গোপীনাথ বৰদলৈ ৭০ সংখ্যক মৃত্যু দিৱস। এই উপলক্ষে শিলপুখুৰী গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পুত্ৰ বলীন বৰদলৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত স্থান লাভ কৰিলে অসমৰ ৫গৰাকী পৰীক্ষাৰ্থীয়ে

ঘোষিত হ’ল সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল।এইবাৰ পৰীক্ষাত স্থান লাভ কৰিলে ৫ গৰাকীকৈ অসম সন্তানে। তেওঁলোক হ’ল আৰণ্যক শইকীয়া, তপন ডেকা, চিজল আগৰৱালা, নিবেদিতা দত্ত, আৰু কিশোৰ সূত্ৰধাৰ।     ইয়াৰে নিবেদিতা দত্ত ঘৰ যোৰহাটৰ টিয়কৰ ভগামুখত । সম্প্ৰতি নিবেদিতা দিল্লীৰ বাসিন্দা। আনহাতে আৰণ্যক শইকীয়া অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়া পুত্ৰ। সম্প্ৰতি আৰণ্যকে কৰ্ণাটকত […]

২০২১চনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বি জে পি

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২১ চনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে। ৰাজ্যিক বিজেপি নতুন কমিটি গঠন হৈছে। সেই অনুসৰি উপসভাপতি পদত আছে ডঃ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধি, ৰেখাৰাণী দাস বড়ো , স্বপ্ননীল বৰুৱা, ৰতন টেৰণ, পুলক গোহাঁই, জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱা।           সাধাৰণ সম্পাদক পদত আছে ডঃ ৰাজদ্বীপ ৰয়, তপন […]

আৰম্ভ হ’ল আত্মনিৰ্ভৰশীল ভাৰত অভিযান

ক’ৰণা ভাইৰাছৰ ফলত সমগ্ৰ দেশতে ঘোষিত হ’ল জনতাৰ লকডাউন। এই লকডাউনৰ ফলত দেশৰ অৰ্থনীতি ব্যৱস্থা নিম্নগামী হৈ পৰে। বিশেষকৈ খাটি খোৱা জনগণৰ অৱস্থা একেবাৰে জুৰুলা হৈ পৰে।     এই সকলোবোৰ দিশৰ  প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী সমৃদ্ধি আত্মনির্ভৰশীল ভাৰত আঁচনি হাতত লৈছে। এই আঁচনিৰ অংশস্বৰুপে পদপথৰ ব্যৱসায়ীক মন্ত্ৰী পিয়ুষ হাজৰিকাই দহ হাজাৰ টকাকৈ […]

অগপৰ পশ্চিম গুৱাহাটী আই টি চেলৰ সভা অনুষ্ঠিত

অগপৰ পশ্চিম গুৱাহাটী আই টি চেলৰ এখন গুৰুত্বপূৰ্ণ সভা আজি লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয়। আই টি চেলৰ সম্পাদক হৃষীকেশ শৰ্মাই আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাস শৰ্মা , অগপ ৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক তথা ৰাণী ভোলাগাও জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , সহকাৰী সম্পাদক ৰুবুল […]

দীঘলীপুখুৰীত ভাৰতীয় বায়ু সেনাৰ বেণ্ড প্ৰদৰ্শন

আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ক’ভিড যুঁজাৰু সকলক সন্মান দিয়াৰ লক্ষ্যৰে সোমবাৰে সন্ধিয়া দীঘলীপুখুৰীত থকা ‘যুদ্ধ স্মাৰকত ভাৰতীয় বায়ু সেনাই দেশপ্ৰেমমূলক বেণ্ড প্ৰদৰ্শন কৰে । বেণ্ড প্ৰদৰ্শনত ক’ভিড কেয়াৰ হস্পিতালৰ পৰা ক’ভিডক পৰাভূত কৰি বিজয়ী অহা ২৬ জনে ভাগ লয় । তেওঁলোকে বেণ্ডৰ মাজত সুৰৰ মূৰ্ছনাৰে সন্ধিয়াৰ দীঘলীপুখুৰী জীপাল কৰি তোলে । অনুষ্ঠানত ভাৰতীয় […]

অযোধ্যাৰ ৰাম মন্দিৰত এতিয়া উখল মাখল পৰিবেশ

অৱশেষত সমাগত হ’ল বহু প্ৰত্যাশিত সেই বিশেষ দিনটো।সেই বিশেষ দিনটোৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত লিখা থাকিব।     অযোধ্যাৰ ৰাম মন্দিৰত এতিয়া উখল মাখল পৰিবেশ। জাকত জিলিকা কৰি সজাই পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । শাওন মাহৰ শেষৰটো সোমাবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে গণেশ পূজা, হনুমান পূজন আৰু গায়ত্ৰী মন্ত্ৰৰ জপ।     অহা […]

বতৰৰ প্ৰতিকূলতাক নেওচি জিষ্ণু,প্ৰিতিশ হতে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ

এদল তৰুণ। যাৰ চকুৰ পতাত জিলিকে ৰঙীন পৃথিৱীৰ সোণোৱালী সপোন৷ যি সময়ত উঠি অহা নতুন প্ৰজন্ম বিপথে গৈছে বুলি সৰব চৰ্চা চলি আছে, সেই সময়ত যোৰাহাটৰ জিষ্ণু, প্ৰিতিশ, প্ৰিয়াহঁতৰ প্ৰচেষ্টাই সমাজলৈ আশা বতৰা কঢ়িয়াইছে৷     আজিৰ পৰা কিছুদিনৰ আগতে যোৰহাটৰ বহু কেইখন আগ শাৰীৰ মহাবিদ্যালয়ৰ কেইজনমান বন্ধু লগ হৈ হোৱাটছআপত বৰলুইত নামেৰে এটা গ্ৰুপ […]