অনুমতি পালেই ১৫০০ সোণাৰু পুলি ৰোপন কৰিব

এজন ব্যক্তি। ব্যক্তিজনে নিজা প্ৰচেষ্টাত প্ৰায় ২০হেজাৰৰ ওচৰা ওচৰি গছ ৰোপন কৰিছে।সোণাৰিৰ অৰূপ মোহন নামৰ ব্যক্তিজনে মাহমৰা ,কোঁৱৰগাৱৰ বিভিন্ন অঞ্চলত সোণাৰু, কৃষ্ণচূড়া আৰু চোম গছৰ পুলি ৰোপন কৰিছে।   এটা ফেচবুক পোষ্টৰ আঁত ধৰি আমি অৰূপ মোহনৰ লগত কথা পাতিছিলো। তেখেতে জনায় যে অনুমতি পালেই চৰাইদেউক এক আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিম। পুলি ৰোপন কৰি […]

পানী আৰু অনাময় মিছনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত কালি উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা পানী আৰু অনাময় মিছনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।     বৈঠকত জিলাখনত ৰূপায়ন হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ “জল জীৱন মিছন”ৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয়। জিলা উপায়ুক্তই এই মিছনৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ কামকাজৰ প্রতিটো স্তৰত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ সহযোগী বিভাগ সমূহক আহ্বান […]

দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল ৰংঘৰ ,তলাতল ঘৰ

দেশত চলি থকা ক’ৰণা ভাইৰাছৰ সংহাৰৰ মাজতে আছে এক সুখবৰ। এই সময়তে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰংঘৰ, তলাতল ঘৰ তথা বিভিন্ন পৰ্যটন ক্ষেত্ৰ সমূহ। সাম্প্ৰতিক সময়ত ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় ধৰি ৰাজ্যৰ এই পৰ্যটন ক্ষেত্ৰ সমূহ বন্ধ হৈ আছিল।       স্মৰ্তব্য যে আজিৰে পৰা […]

অসাধু ব্যৱসায়ীয়ে অধিক মূল্য ল’ব নোৱাৰিব-মহানগৰীত পাচলিৰ নিৰ্দিষ্ট মূল্য নিৰ্দ্ধাৰণ

গণ সংক্ৰমণৰ পৰা মহানগৰ বাসী ৰাইজক সুৰক্ষা দিবলৈ মহানগৰীত ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছিল। ইয়াৰ মাজত ৬আৰু ৮জুলাইত শাক-পাচলি ফলমূল বিক্ৰীৰ বাবে মহানগৰ প্ৰশাসনে অনুমতি দিয়ে। লকডাউনৰ সময়ছোৱাত শাক পাচলিৰ ক্ষেত্ৰত একাৎশ অসাধু ব্যৱসায়ীয়ে যিধৰণৰ মুনাফা লুটাৰ চেষ্টা কৰিছে সেইক্ষেত্ৰত নাকী লগাবলৈ চেষ্টা কৰিছে প্ৰশাসনে। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, কামৰূপ মহানগৰ জিলা প্ৰশাসন […]

বিশ্ব বক্সিঙত স্থান লাভ লাভলীনা আৰু যমুনাৰ

সমগ্ৰ ৰাজ্যতে ক’ৰণাৰ ভয়াৱহতা চলি থকাৰ মাজতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ কাৰণে আছে এক সুখবৰ। ৰাজ্যবাসীৰ বাবে এই সুখবৰ কঢ়িয়াইছে ৰাজ্যৰ দুগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু যমুনা বড়োৱে।ইণ্টাৰনেচনেল বক্সিং এছ’চিয়েচনৰ শেহতীয়া ৰেংকৰ তালিকাত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি এলিট মহিলা শাখাত তৃতীয় স্থান আৰু যমুনা বড়োৱে ৫৪ কেজি এলিট মহিলা শাখাত পঞ্চম স্থান লাভ কৰে।     […]

বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান ‘গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট চমুকৈ জি আই এইছ এমৰ গুৱাহাটীৰ উদ্যোগত “Career Scope in Hotel Management and Catering Technology” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰাৰ লগতে অন্যান্য সকলো ধৰণৰ কেৰিয়াৰ সম্পৰ্কেও আলোচনা কৰা হ’ব।   অহা ১৩ জুলাইত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব […]

বন্যপ্ৰাণী উদ্ধাৰ কৰিলে প্ৰকৃতিপ্ৰেমীয়ে

অভয়াপুৰী চহৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সমীপত বিচৰণ কৰি থকা অৱস্থাত এটা সুগৰী পহুৰ উদ্ধাৰ  হয়। ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগে সুগৰী পহুটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত সমীপৰে বনাঞ্চলত পহুটো মুকলি কৰি দিয়ে । চহৰৰ মাজমজিয়াত ক’ৰ পৰা কেনেকৈ পহুটো আহিল সেয়া জানিব পৰা নগ’ল।      আনহাতে নগাঁও জিলাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই দুষ্প্ৰাপ্য প্ৰজাতিৰ […]

এজন ব্যক্তিৰ প্ৰচেষ্টাত সজাগতামূলক অভিযান আৰম্ভ হৈছে

সমগ্ৰ দেশতে অব্যাহত আছে ক’ৰণা ভাইৰাছৰ ভয়াৱহতা। এই ভয়াৱহতাৰ বিৰূদ্ধে স্বাস্থ্য বিভাগে সজাগতা অভিযান এতিয়ালৈকে অব্যাহত ৰাখিছে। সমান্তৰালভাৱে চেলেংহাট হেলথ ক্লাবৰ উদ্যোগতো আৰম্ভ হৈছে ক’ৰণা সজাগতা মূলক অভিযান।     স্মৰ্তব্য যে চেলেংহাট হেলথ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা এগৰাকী সমাজকৰ্মী তুষাৰ পালে সম্পূৰ্ণ নিজা খৰচত মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ বাবে নীতি নিৰ্দেশনা […]

গুৰু পূৰ্ণিমাৰ বিশেষত্ব কি

আজি গুৰু পূৰ্ণিমা। হিন্দু ধৰ্মৰ লোকসকলে গুৰুক জীৱনৰ এক অংশ হিচাপে জ্ঞান কৰে। কিয়নো গুৰুৰ অবিহনে সঠিক মাৰ্গদৰ্শন পোৱা অসম্ভৱ। সেয়েহে গুৰুৰ মহত্ব যুগে যুগে আছে আৰু থাকিব।     কথিত অনুসৰি মহৰ্ষি ব্যাসৰ আজি জন্ম তিথি। মহাভাৰত আৰু বেদ ৰচনা কৰা  ব্যাসক সেয়েহে আজি পূজা কৰা হয়।     গুৰু পূৰ্ণিমা এটা পৱিত্ৰ দিন।গুৰুক […]

মহানগৰীত প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিছে

সমগ্ৰ ৰাজ্যজুৰি ক’ভিড১৯য়ে  ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ গুৱাহাটী মহানগৰীত হোৱা ভয়ংকৰ গণ সংক্ৰমণৰ কাৰণে দৈনিক অত্যাধিক ভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।     স্মৰ্তব্য যে এই গণ সংক্ৰমণৰ কাৰণে সমগ্ৰ গুৱাহাটী মহানগৰীতে প্ৰশাসনে ঘোষণা কৰিছিল ১৪দিনীয়া লকডাউন। কিন্তু আজিৰে পৰা অহা ১২জুলাইলৈ প্ৰশাসনে মহানগৰীত আনলক ঘোষণা কৰিছে। আনলকৰ সময়ছোৱাত মহানগৰবাসীৰ বাবে প্ৰশাসনে পূৰ্বতকৈ কেতবোৰ […]