পবিত্ৰ ঈদৰ খবৰে..

আজি পবিত্ৰ ঈদ। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ পঢ়াৰ লগতে ইজনে সিজনৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰিছে।পূৰ্বৰ দৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলেও অনুষ্ঠুপীয়াকৈ ঈদ নামাজ পৰ্ব চলাই গৈছে।         উল্লেখযোগ্য যে এই পৱিত্ৰ ঈদৰ উপলক্ষে প্ৰতিবছৰে মছজিদ আৰু ঈদগাহ সমূহ সজাই পৰাই তোলা লগতে ন সাজ কিনিবলৈ বজাৰত […]

শিৱসাগৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা

আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয় । উপায়ুক্ত কাৰ্যালয়ৰ অনুষ্ঠিত হোৱা এই সভাখনত উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বজুৰি ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত এই ৰোগৰ গণসংক্ৰমণ ৰোধৰ স্বাৰ্থত লগতে অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে আগন্তুক স্বাধীনতা দিৱস অনাড়ম্বৰপূৰ্ণ ভাৱে আৰু […]

MyGov.in ৰ অধীনত ল’গ’ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব

Ministry of Electronics and information technology অধীনত MyGov. in য়ে ল’গ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অংশস্বৰূপে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । জানিব পৰা মতে ১০ আগষ্টত প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব পাৰিব। বিজয়ী প্ৰতিযোগীক নগদ ২৫০০০ টকা ধন ৰাশি প্ৰদান কৰিব ।ক্ৰিয়েটিভ আৰু উদ্ভাৱন মূলক ল’গক অগ্ৰাধিকাৰ দিয়া হ’ব। ইতিপূৰ্বেও স্বচ্ছ ভাৰত, […]

ৰাফেলৰ বেজ ডিজাইন কৰি চৰ্চালৈ আহিছে এগৰাকী অসম সন্তান

সম্প্ৰতি সংবাদৰ শীৰ্ষত আছে ৰাফেলৰ যুদ্ধ বিমান। এই বিমানৰ বেজ ডিজাইনৰ লগত জড়িত হৈ আছে এগৰাকী অসম সন্তান। অসমৰ চিৰাঙৰ বাসুগাঁৱৰ সৌৰভ চোৰাডিয়া নামৰ যুৱক জনে ৰাফেল যুদ্ধ বিমানৰচ বেজ ডিজাইন কৰিছে।       সৰুৰে পৰা আকাশত প্লেন দেখিলে ল’ৰা জনে জানিবলৈ আগ্ৰহী হৈ পৰিছিল । পাইলট হোৱাৰো তেওঁৰ এটা সপোন আছিল।কিন্তু সময়ৰ পাক […]

সূৰ্য চিমেণ্ট আৰু মৈথাম ষ্টীলে প্ৰৱৰ্তন কৰিছে হাঁসি-খুশী ৰোগ প্ৰতিৰোধক ক্ষমতা শিবিৰ

মৈথাম গ্রুপৰ অধীনৰ এক ধজ্বাবাহী ফ্লেপশ্লিপ বেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উদ্যোগ সূৰ্য চিমেণ্ট আৰু ভৱন নিৰ্মাণ উদ্যোগ মৈথান ষ্টীল টিত্ৰমাটি বাৰে যুটীয়াভাৱে হাঁসি-খুশী ইমিউনিটী শীৰ্ষক এক মাহজোৰা শিবিৰ আয়োজন কৰিছে।এই শিবিৰটো ক’ভিড-১৯ৰ সাৱধানতা আৰু সজাগতা শিবিৰৰ অংশ হিচাপে ক’ভিড-১৯মহামাৰী সময়ছোৱাত জনসাধাৰণ স্বাস্থ্যবান হৈ থকা তথা ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।   […]

কস্তুৰী চিল্ডেন কেয়াৰত সাহাৰ্য্য সামগ্ৰী বিতৰণ

কিৰণ ফাউণ্ডেছন আৰু মছফিকা ৱ’মেন চ’চাইটীৰ উদ্যোগত আজি কস্তুৰী চিল্ডেন কেয়াৰ সমূহত খাদ্য সামগ্ৰী লগতে সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে।       আনহাতে ভঙাগড় আই চি আই চি আই বেংকৰ সমীপত বানপীড়িত লোকৰ মাজত সাহাৰ্য্য বিতৰণ কৰে। এই সমগ্ৰ কাৰ্যসূচীত উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মডেলিঙৰ জৰিয়তে বিশেষ খ্যাতি অর্জা সৌন্দৰ্য্য খিতাপ বিজয়ী কিৰণ বড়োৱে।

অদৰকাৰী যেন লগা কিছু সামগ্ৰীয়ে স্বাৱলম্বীতা সোপান ৰচিছে এগৰাকী মহিলাই

প্ৰকৃতিত উপলব্ধ কোনো বিধ সামগ্ৰীয়ে অদৰকাৰী নহয়।অদৰকাৰী যেন লগা বস্তুৰ পৰাও বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি।এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী কৰ্মঠ মহিলাই।     মহিলা গৰাকীয়ে ঘৰতে পানী মেটেকাৰ পৰা বিভিন্ন সা সামগ্ৰী প্ৰস্তুত কৰিছে।তিনিচুকীয়া দিহিঙীয়া গাঁৱৰ সোণপাহী দুৱৰা হাজৰিকা নামৰ মহিলা গৰাকীয়ে পানী মেটেকাৰে বেগ,ফাইল কভাৰ, আদিকে কৰি বিভিন্ন সা সামগ্ৰী প্ৰস্তুত কৰিছে। […]

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী

বৰ্তমান পৰিস্থিতিৰ লগত সংগতি ৰাখি অসম ফটোগ্ৰাফী ক্লাৱে আয়োজন কৰিছে অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান । পাঁচটাকৈ বিষয়বস্তু ওপৰত অনুষ্ঠিত হ’ব এই ফটোগ্ৰাফী প্রদৰ্শনী অনুষ্ঠান।       উল্লেখযোগ্য যে ইতিমধ্যে অসম ফটোগ্ৰাফী ক্লাৱে অনুষ্ঠানৰ নিয়মাৱালী সমূহ প্ৰকাশ কৰিছে। নিয়মাৱলী অনুসৰি একোটা বিষয় বস্তুত মাত্ৰ তিনিজনহে অংশ গ্ৰহণ কৰিব পাৰিব।ফটোগ্ৰাফী সমূহ জমা দিয়া অন্তিম তাৰিখ অহা […]

টাইম কেপচুল কি?ইয়াক কিয় স্থাপন কৰা হয়?

অহা ৫ আগষ্টত ৰাম মন্দিৰত টাইম কেপচুল স্থাপন কৰা হ’ব।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাইম কেপচুল স্থাপন কৰিব। প্ৰকৃততে এই টাইম কেপচুল কি?ইয়াক কিয় স্থাপন কৰা হয়?     টাইম কেপচুল হ’ল এটা কন্টেইনাৰ দৰে এক সামগ্ৰী ।এই সামগ্ৰী তাম আৰু লোহাৰ সমষ্টি । মাটিৰ তলত হাজাৰ হাজাৰ বছৰলৈ পুতি থলেও এই কেপচুলত কোনো ক্ষয় ক্ষতি […]

এইবাৰ বিশ্বত নাম উজলাব অসমৰ ধানে

১৮ শতিকাৰ পৰা এবিধ জনপ্ৰিয় জলপান। জলপান বিধ তৈয়াৰ কৰা হয় এবিধ বিশেষ ধানেৰে। কিন্তু দুখৰ বিষয় যে বৰ্তমান কম সংখ্যক প্ৰজন্মইহে বিশেষ ধান বিধৰ সম্পৰ্কে জ্ঞাত।     দেখাত সৰু সৰু কণীৰ সাদৃশ্য থকাৰ বাবেই এই ধানবিধক কণী ধান হিচাপে জনা যায় । অসমৰ বিভিন্ন ঠাইত কণী ধান বিভিন্ন প্ৰকাৰৰ পোৱা যায়।সাধাৰণতে আজিৰ পৰা […]