শ্ৰীমন্ত শংকৰদেৱ মধুপুৰ মহোৎসৱ

0 252

সুখবৰ। ধৰ্মীয় পৰ্যটন বিকাশ কৰা উদ্দেশ্যে অসম পৰ্যটন সঞ্চালকালয়ৰ উদ্যোগত আৰু মধুপুৰ সত্ৰ সমিতি সহযোগত ২৪,২৫ আৰু ২৬ ডিচেম্বৰত কোচবিহাৰ মধুপুৰ সত্ৰৰ সমীপৰ মদন মোহন মন্দিৰৰ বাকৰিৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ মধুপুৰ মহোৎসৱ ২০১৬। উল্লেখযোগ্য ২০১৩ চনৰ পৰা অসম পৰ্যটন বিভাগে এই উৎসৱৰ লগত সহযোগিতা আগবঢ়াই আহিছে। ইচ্ছুক সকলৰ অহা- যোৱাৰ লগতে থকা- খোৱা সুব্যৱস্থা কৰা হৈছে বুলি অসম পৰ্যটন বিভাগে জানিবলৈ দিয়ে। এনেধৰণৰ ধৰ্মীয় পৰ্যটনে একতা আৰু পৰ্যটন ক্ষেত্ৰত বিকাশ সুদৃঢ় কৰি তুলে।

Madhu

Leave A Reply

Your email address will not be published.