চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ- কৰ্ম এপে বহু নিবনুৱাক চাকৰি দিব

চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ- কৰ্ম এপে বহু নিবনুৱাক চাকৰি দিব

নিবনুৱা সকললৈ ভাল খবৰ। কিয়নো ভাৰতত মুকলি হৈছে কৰ্ম নামৰ এটা নতুন এপ । যাৰ সহায়ত দেশৰ নিবনুৱাই সংস্থাপন লাভ কৰিব পাৰিব।

 

 

ক’ৰণা বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত বহু নিবনুৱাই চাকৰি হেৰুৱালে।এই নিবনুৱা সকলক সংস্থাপিত কৰাৰ বাবে Google লে এই পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা এই এপৰ শুভাৰম্ভণি হৈছিল।

One Response

Leave a Reply

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

Related Posts

১০০০তকৈও অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ ২.০

প্ৰথম সংস্কৰণ অভূতপূৰ্ব সফলতা পিছত এইচডিএফচি বেংকে আজি মুকলি কৰিছে বিত্তীয় বাৰ্ষিক সেৱা অফাৰ ফেষ্টিত ট্ৰিটছ ২.০ । ইয়াতে সংযোজিত...

Read more
ADVERTISEMENT