প্ৰথমটো নিৰামিষভোজী ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি

0 217

ক’ৰণা বিৰুদ্ধে এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কালি এটা বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰে।স্বাস্থ্য সেৱাৰ সঞ্চালক ড° ৰথীন্দ্ৰ ভূঞাই ৰাজ্যৰ প্ৰথমটো নিৰামিষভোজী ক’ভিড কেয়াৰ চেণ্টাৰ কালি মুকলি কৰে। মহানগৰীৰ ঋতুৰাজ হোটেলত এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে ইতিপূৰ্বে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঋতুৰাজ হোটেলত প্ৰথমটো নিৰামিষভোজী কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছিল ।

Leave A Reply

Your email address will not be published.