১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 284

ৰাজ্যখনলৈ অধিকাংশ পৰ্যটক আগমন হয় কামাখ্যা মন্দিৰ অথবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ অৰ্থে। ক’ভিডৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যোৱা ছয় মাহ ধৰি বন্ধ হৈ আছিল।
 
এই সময়তে আহিছে এটা ভাল খবৰ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অচিৰেই পৰ্যটক বাবে মুকলি হ’ব। অহা ১ অক্টোবৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়ে কাজিৰঙা উদ্যানৰ কতৃপক্ষই প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.