একাজলি শ্ৰদ্ধাঞ্জলিৰে..

0 559

এটা যুগৰ অৱসান ঘটিল ।সংগীতৰ পথাৰত হাজাৰজনৰ অন্তৰ জয় কৰা কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু নাই ।গুৱাহাটীৰ নেমকেয়াৰত হস্পিতেলত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যু সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি।১৯৪১চনত জন্মগ্ৰহণ কৰা দিপালী বৰঠাকুৰে ১৯৯৮চনত পদ্মশ্ৰী বঁটা,২০১০চনত অসম চৰকাৰৰ শিল্পী বঁটা, ২০১২চনত আইদেউ সন্দিকৈ বঁটা লাভ কৰিছিল ।আজি এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো।

Leave A Reply

Your email address will not be published.