মহানগৰীত ৰাজদূত চলিব

0 222

অ’লা,উৱেৰৰ পিছত মহানগৰীৰ ৰাজপথত এইবাৰ ৰাজদূত চলিব।জানিব পৰা মতে অন্য কেব সেৱাতকৈ ৰাজদূতৰ ভাৰা ১০শতাংশ কম।বাইক আৰু টেক্সি দুয়োবিধেই ৰাজদূতত উপলব্ধ হ’ব।বিশেষকৈ মহিলা যাত্ৰীৰ সুবিধাৰ বাবে মহিলা ৰাইদাৰ থাকিব।ৰাজদূতত দুবাৰ যাত্ৰা কৰাৰ পিছত এটা যাত্ৰা বিনামূলীয়া থাকিব।আনহাতে দহবাৰ যাত্ৰা কৰাৰ পিছত এটা চাৰপ্ৰাইজ গিফট থাকিব।এই সম্পৰ্কে আজি অনুষ্ঠিত কৰা এক সংবাদমেলত ৰাজদূতৰ চি ই অ’ ৰাস্না চৌধুৰীয়ে কয় যে প্ৰথম পৰ্য্যায়ত মহানগৰীত আৰু দ্বিতীয় পৰ্য্যায়ত যোৰহাট,শিলচৰত এই সেৱা আগবঢোৱা হ’ব।উল্লেখযোগ্য যে অহা ১৬নবেম্বৰত এই সেৱা মুকলি কৰা হ’ব।

Leave A Reply

Your email address will not be published.