চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে সুখবৰ।নগাঁৱত মুকলি কৰা হৈছে এটি বোলছবি গৃহ।অত্যাধুনিক সুবিধাযুক্ত এই বোলছবি গৃহটি মুকলি কৰা হৈছে বৰঘাটত। বৰঘাটৰ ৰিফ্ৰেচক’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ চৌহদত স্থাপন কৰা হৈছে গৃহটো। এই বোলছবি গৃহটো শুভ উন্মোচন কৰে নগাঁৱৰ উপায়ুক্তই। বোলছবি গৃহটো নাম হৈছে অপেৰা চিনেমা ।উল্লেখযোগ্য যে কামপুৰৰ উদিয়মান যুৱ ব্যৱসায়ী গৌতম বৰাই নিৰ্মান কৰোৱা ১২০ জন লোকে চাব পৰা এই ছবিগৃহটিগৃহটো মুকলি কৰাৰ পিছতে আৰম্ভ হোৱা প্ৰথম দৰ্শনীত যথেষ্ট লোকৰ সমাগম হয়।
Trending
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.