আজিৰ খবৰ

আজিৰ খবৰ
IMG-20170915-WA0012
স্বদেশ, স্বজাতিৰ বাবে সততে মাত মাতি অহা সদৌ অসম উন্নয়ন পৰিষদে অসমীয়া ভাষাত ৰ্সবস্তৰত প্রয়োগৰ দাবী জনায় আজি এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত পৰিষদে সদৰী কৰে যে ব্যৱসায়ী প্রতিষ্ঠানত নাম ফলকত অসমীয়া ভাষা প্রয়োগ কৰা উচিত। ৩১ অক্টোবৰৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষক বিশেষকৈ (গুৱাহাটী মহানগৰীত) দৃষ্টিগোচৰ কৰিবলৈ সংবাদমেল যোগে আহ্বান জনায়।
IMG-20170915-WA0016
আনহাতে আজি মহানগৰীৰ উলুবাৰীত মুকলি হ’ল National Institute of Marg। এই প্রতিষ্ঠান খন মুকলি কৰে মেয়ৰ মৃগেন শৰণীয়াই। সম্পুৰ্ণ Software ৰ Course সন্নিবিষ্ট থকা এই প্রতিষ্ঠান খনত GST ৰ সকলো তথ্য সাধাৰণ ভাবে লাভ কৰিব বুলি জানিব পৰা গৈছে। কম্পিউটাৰ শিক্ষাৰ প্রতি আগ্রহী সকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ MARG ত যোগাযোগ কৰিব পাৰে।
Comments (0)
Add Comment