পৰিৱেশ প্ৰদূষণ ৰোধ কৰা আৰু স্বাস্থ্যৰ প্ৰতি জনসজাগতা সৃষ্টি কৰা উদ্দেশ্য আগত ৰাখি লখিমপুৰ ঘিলামৰা এজন যুৱকে চাইকেল চলাইছে।ত্ৰিভিনী ৰঞ্জন গগৈ নামৰ যুৱকজনে যোৱা ৮ তাৰিখৰ পৰা চাইকেলেৰে ধেমাজি,যোৰহাট,শিৱসাগৰ,নগাঁও,ডিব্ৰুগড়,কলিয়াবৰ,কাজিৰঙা আদি বহুত ঠাই ভ্ৰমণ কৰিছে। উল্লেখযোগ্য যে নৱ প্ৰজন্মক বাইক,গাড়ী ব্যৱহাৰৰ নকৰি চাইকেল ব্যৱহাৰ কৰিবলৈ তেওঁ বাৰ্তা দিছে।
খবৰ যুগুতালে বিহালীৰ পৰা পলাশ প্ৰিয়মে..
চাইকেল চলাই জনসজাগতা সৃষ্টি কৰিছে এজন যুৱকে
