সৰুৱে হওক কিম্বা ডাঙৰে হওক প্ৰকৃতিত উপলব্ধ সকলো বস্তুৰেই থাকে নিজস্ব সৌন্দৰ্যৰ আকৰ। তেনে কেইখনমান ফটো লেন্সেৰে আবদ্ধ কৰিলে ফটো সাংবাদিক হীৰা ফুকনে। আহকচোন এপলক দৃষ্টি দিও।