ৰং – বিৰঙ ফটোগ্ৰাফী শিতান

ৰং – বিৰঙ ফটোগ্ৰাফী শিতান

আমাৰ মাজতো মৰম আছে,

আমাৰ মাজতো কিছু মধুৰ আনন্দৰ মূৰ্হুত্ব আছে ।

আমাক অনুকৰণ কৰা,

তোমাক জীৱনৰ বহু কথাই শিকাই দিম।

চিত্ৰকেইখনে ধৰা দিয়া শব্দকেইটাই মনতো আন্দোলিত কৰি তুলে নহয়নে? আজিৰ ফটোগ্ৰাফী শিতানটো বিখ্যাত চিত্ৰ সাংবাদিক বিজু বড়োৰৰ কেইখনমান চিত্ৰই সজোৱা হ’ল। আহক এপলক দৃষ্টি দিও।

 
IMG-20161209-WA0010
 
IMG-20161209-WA0011
 
IMG-20161209-WA0013
 
IMG-20161209-WA0016
 

 

Comments (4)
Add Comment
  • Phungkha Basumatary

    Bohut val lagise site tu..awesome

  • sangeeta saikia

    jani sukhi holu..thanks

  • Fardin

    Val lagse….. Nice

  • Sangeetasaikia

    Thank you