ৰং বিৰঙ ফটোগ্ৰাফী শিতান

ৰং বিৰঙ ফটোগ্ৰাফী শিতান

আমাৰ হয়তো ভাষা বেলেগ হ’ব পাৰে, জীৱন যাপন কৰা ঠাই সুকীয়া হ’ব পাৰে, কিন্তু আমাৰ মাজতো আছে আপোনাৰ দৰে ব্যস্ততা । জীৱনত অগ্ৰসৰ হোৱাৰ অযুঁত হেপাহ। ছবিকেইখন দেখি মনলৈ অহা ভাববোৰ শব্দৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা হ’ল। আহকচোন, মনৰ খোৰাকৰ বাবে কিছু সময়  অৰণ্যতে বুৰ যাও, কিজানি বিচাৰি পাও জীৱনৰ প্ৰকৃত ৰং।

IMG-20170202-WA0014

IMG-20170202-WA0013

IMG-20170202-WA0016

ফটো-বিজু বড়ো
Comments (1)
Add Comment
  • মৌচম হাজৰিকা

    সুন্দৰ ।